
Nayak hobo khuji full Lyrics Zubeen Garg
Thursday, September 1, 2022
Comment
Nayak hobo khuji full Lyrics
Zubeen Garg song's lyrics
জুবিন গাৰ্গৰ নায়ক হ'ব খুজি গানৰ Full Lyrics
নায়ক হ'ব খুজি...
কিনো তই বিচাৰি আজি কিনো পালি
বুজিবলে আছে কোন
যাকেই আপোন বুলি লওঁ আঁকোৱালি
সিয়ে আঁতৰিলচোন।
কোনো নাই তোৰ কাষতে আজি
আপোন বুলিবলৈ
জন-অৰণ্যৰ মাজতো আছ অকলশৰে
নায়ক হ'ব খুজি খলনায়ক হ’লি
কিনো বিধি সকৰুণ।।
জীৱনৰে প্ৰতি পল যাৰ বাবে বিলাইদিলি
সিহঁতৰো আজি তোৰ বাবে ভাবিবৰ আহৰি নাই
কালিৰে তোৰ লগৰী আজি যে গ'ল আঁতৰি
ভুলৰ বলি হলি তই ।।
নায়ক হ'ব খুজি..
মানুহৰে মনবোৰো তই কিয় নিচিনিলি
ফুলনিৰে কাঁইটকে ফুল বুলি তুলিলি
কাঁইটেযে বাকোহা দুহাতৰে তেজে চাই
বেজাৰ কৰি লাভ নাই।।
নায়ক হ'ব খুজি...।।
0 Response to "Nayak hobo khuji full Lyrics Zubeen Garg"
Post a Comment