-->
O gaan eti guwa na Zubeen Garg song Full lyrics

O gaan eti guwa na Zubeen Garg song Full lyrics

 অ' গান এটি গোৱা না|| জুবিন গাৰ্গ || full lyrics




অ' গান এটি গোৱা না অ' মা

হাত বুলাই দিয়ানা অ' মা

অ' গান এটি গোৱা না অ' মা

হাত বুলাই দিয়ানা অ' মা

সপোন হেৰালে কেনিবা

বিচাৰি আনি দিয়া না

মই শুব পৰা নাই অ' মা

বুকুখন খন বিষাইছে মা

অ' গান এটি গোৱা না অ' মা

হাত বুলাই দিয়ানা অ' মা

কালি স্কুল বন্ধ গোলাপ ফুলৰ গোন্ধ

আজি স্কুল ছুটি গৰম গৰম ৰুটি

স্কুল ছুটি হ'ল মজা লাগি গ'ল

মায়ে আছে ৰোই ভাত বাৰহি থ'ই

খাম মই পেট পুৰাই

কোনেনো দিব মছি মোৰ চকুৰ পানী

কোনেনো ক’বহি তেজীমলাৰ কাহিনী

মোৰ ভোক লগানাই অ' মা

তুমি আহি শুৱাই দিয়া না

তোমাক নোপোৱাৰ যাতনা

এবাৰ কাষলে আহা না

মই শুব পৰা নাই অ' মা

বুকুখন বিষাইছে অ' মা

গান এটি গোৱা না অ' মা

হাত বুলাই দিয়া না অ' মা

কেনিনো হেৰাই গ'ল চেনেহৰে মুখনি

ক’তে নো লুকাই ৰ'ল সোণবৰণীয়া হাঁহিটি

মই বিছাৰি আছো অ' মা

তোমাক জ্বলোৱা জুইকুৰা

মই দৌৰি ফুৰিছো জানা

দিবলে তোমাৰ বতৰা

মই শুব পৰানাই অ' মা

বুকুখন বিষাইছে অ' মা

অ’ গান এটি দে দে দে অ' মা

ৰা বিৰি ৰা ৰা দা ৰা...




O gaan eti guwa na Zubeen Garg song Full lyrics 

0 Response to "O gaan eti guwa na Zubeen Garg song Full lyrics "

Post a Comment

Ads

Ads

Ads

Ads