
Monole uvoti aahe lorali lyrics Zubeen Garg song
Tuesday, June 14, 2022
Comment
মনলৈ উভতি আহে লʼৰালি lyrics Zubeen Garg song
মনলৈ উভতি আহে ল'ৰালি
তোৰে মোৰে এটি এটি ধেমালি
আছিলো তোৰে মৰমতে খেলি
মোৰো ভাল লাগে তাকে সুঁৱৰি
মনলৈ...
তোকে লৈ দেখোঁ মই বুকুৰে এটি এটি সপোন
আবেগে ওপচে ভাবিলে তয়েইতো মোৰ আশাৰে জোন
ময়ো দেখোঁ সপোন দিনে-ৰাতিয়ে সোণ
প্রায়েই আজিকালি।
ল’ৰালি আজিওচোন আঁতৰাই নাই
কিনো কওঁ দাদা ময়ো তোৰেহে ভাই নাম
মনলৈ...
কিদৰে পাহৰো তোৰে মৰমকে তোৰে চেনেহকে
কথা দিলোঁ আজি আনিমেই আজুৰি
তোৰে সপোনকে
আগলৈ হ'বি তই মোৰ পৰিচয়
আৰু লাগিছেনো কি?
মোৰো মন তোলৈকে আনিম এজনী
বহুতৰ মাজৰ পৰা বাছি বাছি
কইনা সাজে আহিব নবৌজনী
মানুহে মানুহ ভৰিব ৰভাতলী৷৷
0 Response to "Monole uvoti aahe lorali lyrics Zubeen Garg song"
Post a Comment