
Bohag Rongali Bihu wishing greetings status video Photo Free download
Sunday, April 12, 2020
Comment
বহাগ মাথোঁ এটি ঋতু নহয়
নহয় বহাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণজীৱনৰ ই সাহ।
সুধা কণ্ঠ ড° ভূপেন হাজৰিকা
গছে পালে নতুন পাত
কুলিয়ে মাতিলে মিঠা মাত
ফুলিলে হেঁপাহৰ কপৌ পাহি
দুৰণিত ঢোল পেঁপাৰ মাত আহিল ভাঁহি।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।
তামোলবাৰীত কপৌফুল দেখিলে
নাচনীয়ে মেলিলে মন
সাজিকাছি ঘৰতে বিহু নাচিলে
তথাপিও নভৰে মন।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।
Have a blissful, awesome, magnificent, Joyful, cheerful Assamese New Year ahead.
Happy Rongali Bihu.
এই বহাগৰ বিহুটিত সমাজৰ সকলো শ্ৰেণীৰ লোকে একতাৰ এনাজৰীত বান্ধ খাই সমাজত অধিক সুখ শান্তি কঢ়িয়াই আনক তাৰে কামনা কৰিলো।সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।
হেঁপাহৰ বহাগৰ বিহুটিত নাচিব মন নাচনীৰ
এপাক কঁকাল ঘূৰাই
অপেক্ষা মাথোঁ বিহুৱা চেনাইটিৰ
তেওঁ বা আহিব নে নাই।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।
কুলি কেতেকীৰ মিঠা মাতে
আনিলে হেঁপাহৰ বহাগৰ বতৰা
বিহুৱা ডেকাটিয়ে ঘৰতে ধৰিলে গান
বিহুতলিত নাচনী য়ে নাচিব নাপায়
ঘৰতে কৰিছে অভিমান।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।
ৰঙালী বিহুত প্ৰতিজন অসমীয়াৰ হিয়া মন আনন্দৰে উপচি পৰক আৰু ঘৰত থাকি সুস্বাস্থ্য অধিকাৰী হওঁক। Happy Rongali Bihu।
লকডাউনৰ সময়ত
আৱদ্ধ মই ঘৰত
বহাগৰ বিহুটিত তোমালৈ
ঘনাই পৰিছে মনত।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।
বহাগৰ আগমনে যিদৰে প্ৰকৃতিয়ে নতুন সাজ পৰিধান কৰিলে সেইদৰে নতুন বছৰে তোমাৰ জীৱনলৈ নতুন আশা আৰু সফলতা কঢ়িয়াই আনক। ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
Wish you and your family a very happy Assamese New Year. Happy Bohag Bihu.
এই বহাগ বিহুৱে সমাজৰ, দেশৰ সকলোঁ অপায় অমংগল নাশ কৰি সকলোৰে মন অধিক সুখ আৰু শান্তি কঢ়িয়াই আনক, তাৰে কামনা কৰি বহাগ বিহু আৰু অসমীয়া নৱবৰ্ষৰ প্ৰীতি ভৰা শুভেচ্ছা জনালোঁ।
অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটি আকৌ আহি পালেহি। সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।
কুলি কেতেকী আহিলে
গছে পাত সলালে
বহাগ বিহু টি আহিলে
ডেকা গাভৰুৰ মন আনন্দতে ভৰিলে।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।
হেঁপাহৰ বিহুটি আহিলে চেনাই ঐ
ঢোল পেঁপাই ৰিঙিয়াই মাতিছে মাত
অসমীয়াৰ ডেকা গাভৰুৰ
বিহু বিহু লাগিছে গাত।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।
বিহুৱা ডেকাই পথাৰত ঢোলতি বজালে
নাচনীক ৰিঙিয়াই লাহৰী গগনাই মাতিলে
বিহুৱান বৈ থকা নাচনীৰ নবহে মন তাঁতত
বিহুৱা ডেকাটি আগ্ৰহেৰে আছে ৰৈ পথাৰত।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।
তাল বজাব নাজানো,
পেঁপাটিও বজাব নাজানো
তথাপিও ঢোল, পেঁপা, তালৰ মাতত
সকলো অসমীয়াৰ দৰে
মোৰো দেহা মন
অজান আনন্দত উথলি উঠে।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।
ঢোল পেঁপাৰ মাতে কৰিলে
অসমীয়া ডেকা গাভৰুৰ মন বলিয়া
প্ৰিয়জনক বিহুৱান দিব পালে
গাভৰুৰ পূৰ্ণ হব মনৰ হেঁপাহ।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।
অসমৰ গৌৰৱ, অসমীয়াৰ গৌৰৱ বাপুতি সাহোন বহাগৰ বিহুটি প্ৰতি বছৰে অতি উলহ মালহৰে অধিক উজলি উঠক আৰু আপোনালৈ আৰু আপোনাৰ পৰিয়াললৈ সুখ শান্তি কঢ়িয়াই আনক তাৰে কামনাৰে
ৰঙালী বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা যাচিঁলো।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।
নালাগে এইবাৰ চেনাই
ঘৰতে থাকি সুৰক্ষিত থাকা
তাকে চৰকাৰে কৈছে ঘনাই।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।
এইবাৰৰ হেঁপাহৰ ৰঙালী বিহুত প্ৰতিজন অসমীয়াই মানৱ সমাজৰ বাবে এক সুন্দৰ নিদৰ্শন দাঙি ধৰি নিজ ঘৰতে নিজ আপোন পৰিয়ালৰ প্ৰিয়জনৰ সৈতে সম্পূৰ্ণ থলুৱা পৰম্পৰাগত ৰীতি নীতিৰে সম্পূৰ্ণ অসমীয়া আৱেগেৰে কোনোধৰণৰ বাধা বিঘিনি নোহোৱাকৈ সুস্থ স্বাস্থ্যৰ বাবে সুস্বাদু স্বাস্থ্য সন্মত অসমীয়া পিঠা পনাৰে নিজ পৰিয়ালৰ সৈতে আপ্যায়ন কৰি অসমীয়া পৰম্পৰাগত গীত মাতেৰে শাৰীৰিক দুৰত্ব মানি চলি আনন্দ মনেৰে আমি সম্পূৰ্ণ সুৰক্ষিত ভাৱে আপোন ঘৰখনতে বিহু আয়োজন কৰি নিজে উলহ মালহৰে উপভোগ কৰোঁ আহক।
সকলোটিলৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি অসমীয়া নৱবৰ্ষৰও আন্তৰিক শুভেচ্ছা জনালোঁ।
0 Response to "Bohag Rongali Bihu wishing greetings status video Photo Free download"
Post a Comment