-->
Assamese Whatsapp status video download love

Assamese Whatsapp status video download love

Assamese Whatsapp status video Download love 

আজিৰ ডিজিটেল যুগত সকলোৱে ইণ্টাৰনেট ব্যৱহাৰ কৰোঁ লগতে প্ৰতিজনৰ ওচৰতে একোটাকৈ এণ্ড্ৰইড যুক্ত স্মাৰ্ট ফোনৰ প্ৰয়োজন আছে। কেৱল ইণ্টাৰনেটত তথ্য সংগ্ৰহ কৰাই নহয় ইণ্টাৰনেট ৰ জৰিয়তে বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে লিখিতভাৱে, audio, video আদি মাধ্যমেৰে সংযোগ স্থাপন কৰোঁ। আজিৰ নৱ প্ৰজন্মৰ প্ৰায় সকলোৱে বিভিন্ন সামাজিক মাধ্যম যেনে whatsapp, Facebook, instagram আদি ব্যৱহাৰ কৰে। এনে জনপ্ৰিয় সামাজিক মাধ্যমৰ প্ৰায় সকলো মাধ্যমত আমি লিখিত, অডিও, ভিদেও আকাৰত নিজৰ অনুভূতি, মন্ত্যব প্ৰকাশ কৰিব পাৰোঁ। বৰ্তমান সময়ত এনেধৰণৰ এটা জনপ্ৰিয় feature হৈছে status প্ৰকাশ কৰা যি কেৱল ২৪ ঘণ্টাহে active থাকে। ২৪ ঘণ্টা পূৰ্ণ হোৱাৰ পাছত নিজে নাইকীয়া হৈ যায়। আমি ইণ্টাৰনেট এই সুবিধা গ্ৰহণ কৰোঁতে ব্যৱহাৰ কৰিবলৈ বিভিন্ন উৎস পৰা ফটো, Video, আদি সংগ্ৰহ কৰোঁ। আমি এই ৱেবচাইট কিছুমান unique সুন্দৰ আৰ্ট ব্যৱহাৰ কৰি আপোনাৰ সুবিধাৰ বাবে কিছুমান Whatsapp STATUS, Facebook status, Instagram status সুবিধা অনুসৰি video upload দিয়া হয়। আপুনি তলত উল্লেখ কৰা অনুসৰি বিভিন্ন category অনুসৰি Video আদি one click কৰি Download কৰিব পাৰিব। তলত বিভিন্ন category সমূহ উল্লেখ কৰা হৈছে।

Status video, status video for WhatsApp, WhatsApp status video, status video for WhatsApp download, WhatsApp status video download, status video download, status video HD, Assamese video, Assamese new video, Assamese status video, Assamese language, Assamese HD video, WhatsApp video, WhatsApp status video love, WhatsApp video status funny, WhatsApp video status download, WhatsApp status video happy birthday, WhatsApp video for download, WhatsApp video for love, Facebook status video good morning, Facebook status video download, Instagram status video, Instagram status video download, Instagram WhatsApp status video download, Instagram WhatsApp status video download Assamese, Instagram status video song download, Assamese video Free downloads on teacher's day quote. WhatsApp status friendly video, Assamese video free download. All are new Assamese Video Free download send to your teacher, friend, dear one to wish your favorite teacher put on your WhatsApp status Assamese video. You will find here love, friendship, romantic, funny, poetic, life, quote, sad, travel, attitude, motivation, emotional, happy status video.



আজি প্ৰথমবাৰৰ বাবে মই অন্তৰৰ পৰা অনুভৱ কৰিছোঁ, বুজি উঠিছো, মোৰ আলফুল হৃদয়ৰ প্ৰকৃত স্বত্বাধিকাৰী কোন হয়, যাক মই সঁচা অৰ্থত আপোন কৰিব বিচাৰো ওৰেটো জীৱন।



তোমাৰ প্ৰতি মোৰ বিশ্বাস, ভালপোৱা এদিনতে গঢ় লোৱা নাই যে এক মূহুৰ্তত ভাঙি যাব। I LOVE YOU
Assamese status, Assamese status video, Assamese WhatsApp status, Assamese sad status, Assamese WhatsApp status video download love



প্ৰেমৰ আন এটি নামেই হল ত্যাগ। তোমাৰ বাবে আনে কিমান ত্যাগ কৰিছে সেয়া গুৰুত্বপূৰ্ণ নহয়, তুমি আনৰ বাবে কিমান ত্যাগ কৰিছে সেয়াহে অতি গুৰুত্বপূৰ্ণ।



যিদৰে দিনৰ পাছত ৰাতি হয়, ৰাতিৰ পাছত দিন হয়, আমাৰ সম্পৰ্কও ঠিক তেনেকুৱা। কেতিয়াবা গৰম কেতিয়াবা মৰম।
Assamese status love, Assamese status for love, Assamese heartbroken status, Assamese WhatsApp status video



নিশাৰ আকাশত জোনটিৰ দৰে সদায় তোমাৰ হৃদয়ত থাকিব বিচাৰোঁ, তৰাবোৰৰ দৰে জিলিকি থাকিব বিচাৰো আৰু বেলিটোৰ দৰে সদায় পোহৰাই থাকিব বিচাৰো।




যাকেই বেছি ভাল পাওঁ তেওঁয়েই বেছি আঘাত দিয়ে। যিমানেই ওচৰ চাপিব বিচাৰো সিমানেই আঁতৰি যায়। এয়াই প্ৰেম নেকি ?


তুমি যদি সঁচা প্ৰেম বিচৰা, সঁচা প্ৰেমৰ অৰ্থও তুমি জ্ঞাত হোৱা উচিত। কঠিন সময়ত যেতিয়া এজনে ইজনৰ কাষত থিয় দি একেলগে যুদ্ধ কৰে, এয়াই সঁচা প্ৰেম।

Assamese status for WhatsApp, Assamese status download, Assamese status video download, Assamese status for love, Assamese status for fb



নাজানো মই তোমাক কিমান ভাল পাওঁ, নাজানো তুমি মোক কিমান ভাল পোৱা। নাজানো তুমি মোৰ পৰা কি বিচৰা, মই মাত্ৰ আজীৱন তোমাৰ হৈ থাকিব বিচাৰোঁ।




তুমি চকুৰ আঁতৰ হলেওঁ মনৰ আঁতৰ কেতিয়াও হব নিদিওঁ। তুমি মোৰ হৃদয়ৰ এটা কোণত নিশ্চয় থাকিবা।




তুমি হয়তো নাজানা তোমাক মই কিমান ভাল পাওঁ। মাত্ৰ ইয়াকে কব বিচাৰো তোমাৰ অবিহনে মোৰ প্ৰেম আধৰুৱা নহয় মই আধৰুৱা হৈ থাকিম।



মই তোমাক বিচাৰো।তোমাৰ সকলো বিচাৰো।তোমাৰ অভিমানবোৰ, তোমাৰ ভূলবোৰ, তোমাৰ সৰু সৰু ধেমালি বোৰ, তোমাৰ মিঠা মিঠা মিছা কথাবোৰ, সকলোবোৰ, মই মাত্ৰ তোমাক বিচাৰো, মাত্ৰ তোমাক।
Assamese status for Facebook, Assamese emotional status, Assamese sad WhatsApp status, Assamese WhatsApp status video song download





সকলোৱে কয় প্ৰেম মাত্ৰ এবাৰহে হয়, এয়া একেবাৰে মিছা কাৰণ মই তোমাক যেতিয়াই চাও প্ৰতিবাৰে তোমাৰ প্ৰেমত পৰো।




তোমাক miss কৰাটো মোৰ হবি, care কৰাটো মোৰ কৰ্ম, Happy কৰাটো মোৰ দায়িত্ব আৰু তোমাক ভাল পোৱাটো মোৰ জীৱন।






মই তোমাক ভাল পাওঁ, প্ৰতি মূহুৰ্তত তাৰ প্ৰতিফলন মোৰ হৃদয়ত দেখিবা আৰু তুমি অনুভৱ কৰি থাকিবা।






তোমাৰ সাফল্য তোমাৰ বাবে সৰু বা ডাঙৰ হব পাৰে, মোৰ বাবে তোমাৰ প্ৰতিটো সফলতাৰ হাঁহি মোৰ বাবে স্বৰ্গীয় অনুভূতি।








তোমাক যোৱাকালি ও ভাল পাইছিল, আজিও ভাল পাওঁ আৰু কাইলৈ ও ভাল পাম আৰু আগন্তুক দিনবোৰত আৰু অধিক ভাল পাবলৈ শিকিম।





তুমিয়েই একমাত্ৰ ব্যক্তি যাক মই প্ৰতি মূহুৰ্তত ভাল পাওঁ, গৌৰৱ কৰোঁ আৰু আনন্দিত হওঁ। I Love You






মই মা দেউতাৰ উপৰিও এই পৃথিৱীত দুজন ব্যক্তিকে অতি বেছি ভাল পাওঁ। এগৰাকী হল তুমি আৰু আনগৰাকী হৈছে মই।


Assamese WhatsApp status video song download, Assamese status new, Assamese motivational status, Assamese status love, Assamese alone status, Assamese dukhor status

মই তোমাক ভাল পোৱাৰ কাৰণ কি জানানে, নাজানা কওঁ শুনা, তুমি মোক সেই সময়ত ভাল পাইছিলা যি সময়ত মই নিজকে ভাল পাব নোৱাৰিছিলো।







তোমাৰ বাহুবন্ধনত মই সমস্ত পৃথিৱীৰ সুখ অনুভৱ কৰোঁ।







তোমাক কিদৰে কলে তুমি মোৰ প্ৰেম অনুভৱ কৰিব পাৰিবা নাজানো, কিন্তু এটা কথা জানো তুমি এদিন নিশ্চয় মোৰ প্ৰেম অনুভৱ কৰিব পাৰিবা।





সেউজীয়া ঘাঁহনি ডৰা যিদৰে বৰষুণৰ পৰশ পালে হাঁহি উঠে ঠিক সেইদৰে তোমাৰ সান্নিধ্যই মোৰ হৃদয় খন আপোনা আপুনি হৰষিত হৈ উঠে।






মই তোমাক ভাল পাওঁ কাৰণ তুমি মোৰ দৰেই সুন্দৰ মনৰ।






তুমি মোৰ জীৱন সুন্দৰ পৰা অধিক সুন্দৰ কৰিছা। ধন্যবাদ Love You।






এই পৃথিৱীত মোৰ বাহিৰে কোনেও তোমাক বেছি ভাল পাব নোৱাৰে আৰু তোমাৰ বাহিৰে মোকো কোনেও বেছি ভাল পাব নোৱাৰে। We Made for Each other।






তুমি মোক বিশ্বাস কৰা আৰু মই তোমাক। Do we need anything else।








মাত্ৰ দুটা মূহুৰ্তত মই তোমাৰ লগত কটাব বিচাৰো। কোন দুটা মূহুৰ্ত জা নানে, বৰ্তমান আৰু চিৰদিনলৈ।





মই তোমাক ভাল পাওঁ আৰু তোমাক মই কেতিয়াও হেৰুৱাব নিবিচাৰোঁ কাৰণ তুমি মোৰ জীৱনটো অধিক সুখময় কৰি আহিছা।








এটা বস্তু তুমি মোৰ পৰা কেতিয়াও ঘূৰাই লব নোৱাৰিবা, সেয়া হল তোমাৰ প্ৰতি থকা মোৰ অগাধ প্ৰেম।







মোৰ প্ৰতিটো হৃদস্পন্দনত তোমাৰ নামেই উচ্চাৰিত হয়।





ভৰ যৌৱনৰ প্ৰেম আধৰুৱা হয়। যদি আধৰুৱা হোৱা নাই তেন্তে সেয়া তোমাৰ প্ৰকৃত প্ৰেম।






মোৰ বাবে তোমাৰ প্ৰেমৰ গুৰুত্ব সেই দিনটো লৈকে থাকিব যিদিনা মই এই সংসাৰৰ পৰা বিদায় লম।








অই কবিতা লিখা ছোৱালীজনী, তোমাৰ কবিতা পঢ়িলে এনে লাগে যেন প্ৰতিটো শব্দ মোৰ বাবেই লিখিছা।





তোমাৰ মুখৰ মিঠা হাঁহি মোৰ বাবে অমৃত পানৰ দৰে।






মোৰ হাতত ধৰা আৰু তুমি যি ঠাইলৈ লৈ যোৱা মই তালৈকে বিনা দ্বিধাই যাবলৈ সাজু।






সঁচা প্ৰেমত চকুৰ আঁতৰ হলেও মনৰ আঁতৰ নহয়।






মনৰ বেদনা প্ৰকাশ কৰিব পৰা যায় নেকি। কেনেদৰে মনৰ বেদনা প্ৰকাশ কৰিলে তুমি মোৰ প্ৰেমক বুজি পাই মোৰ সঁচা প্রেমক স্বীকৃত দিবা।






যেতিয়া তোমাক দেখো, তোমাক লগ কৰিব বিচাৰো

যেতিয়া তোমাক লগ কৰোঁ, তোমাক চুমা দিব বিচাৰো
যেতিয়া তোমাক চুমা দিও, তেতিয়া তোমাক ভাল পাব বিচাৰোঁ
যেতিয়া তোমাক ভাল পাওঁ, এতিয়া তোমাক হেৰুৱাব নিবিচাৰোঁ।







আহা আমি একেলগে বৃদ্ধ অৱস্থালৈ গতি কৰোঁ।





এপাহ ফুল কেতিয়াও পোহৰ অবিহনে ফুলিব নোৱাৰে, সেইদৰে এজন মানুহে কেতিয়াও প্ৰেমৰ অবিহনে জীয়াই থাকিব নোৱাৰে।






ৰজা সদায় ৰাণীৰ ওচৰতহে আত্মসমৰ্পণ কৰে।






তোমাৰ হাঁহি, তোমাৰ নয়ন, তোমাৰ মিঠা হাঁহি, তোমাৰ সুমধুৰ কথাবোৰ হৈছে মোৰ বাবে অক্সিজেন।






মই তোমাৰ ওচৰত চিৰদিনলৈ তোমাৰ প্ৰেমৰ ঋণ সুধিব নোৱাৰিম।






কবিতা লিখা ছোৱালীজনীক কিয় ভাল লাগে জানা, তাইৰ কবিতাবোৰ মোৰ বাবে এক সুন্দৰ অনুভৱ।






যিসকলে প্ৰেম কৰে তেওঁলোকেহে প্ৰেম পায়, যিসকলে বিচাৰে তেওঁলোকে নাপায়।






প্ৰেমৰ কোনো সংজ্ঞা নাথাকে, প্ৰেমৰ মাথোঁ থাকে হৃদয়ৰ শুদ্ধ অনুভূতি।






তোমাৰ মুখৰ মিঠা হাঁহি মোৰ বাবে অমৃত পানৰ দৰে।






মোৰ হাতত ধৰা আৰু তুমি যি ঠাইলৈ লৈ যোৱা মই তালৈকে বিনা দ্বিধাই যাবলৈ সাজু।






সঁচা প্ৰেমত চকুৰ আঁতৰ হলেও মনৰ আঁতৰ নহয়।






মনৰ বেদনা প্ৰকাশ কৰিব পৰা যায় নেকি। কেনেদৰে মনৰ বেদনা প্ৰকাশ কৰিলে তুমি মোৰ প্ৰেমক বুজি পাই মোৰ সঁচা প্রেমক স্বীকৃত দিবা।






যেতিয়া তোমাক দেখো, তোমাক লগ কৰিব বিচাৰো
যেতিয়া তোমাক লগ কৰোঁ, তোমাক চুমা দিব বিচাৰো
যেতিয়া তোমাক চুমা দিও, তেতিয়া তোমাক ভাল পাব বিচাৰোঁ
যেতিয়া তোমাক ভাল পাওঁ, এতিয়া তোমাক হেৰুৱাব নিবিচাৰোঁ।





আহা আমি একেলগে বৃদ্ধ অৱস্থালৈ গতি কৰোঁ।




এপাহ ফুল কেতিয়াও পোহৰ অবিহনে ফুলিব নোৱাৰে, সেইদৰে এজন মানুহে কেতিয়াও প্ৰেমৰ অবিহনে জীয়াই থাকিব নোৱাৰে।





ৰজা সদায় ৰাণীৰ ওচৰতহে আত্মসমৰ্পণ কৰে।






তোমাৰ হাঁহি, তোমাৰ নয়ন, তোমাৰ মিঠা হাঁহি, তোমাৰ সুমধুৰ কথাবোৰ হৈছে মোৰ বাবে অক্সিজেন।






মই তোমাৰ ওচৰত চিৰদিনলৈ তোমাৰ প্ৰেমৰ ঋণ সুধিব নোৱাৰিম।






কবিতা লিখা ছোৱালীজনীক কিয় ভাল লাগে জানা, তাইৰ কবিতাবোৰ মোৰ বাবে এক সুন্দৰ অনুভৱ।






যিসকলে প্ৰেম কৰে তেওঁলোকেহে প্ৰেম পায়, যিসকলে বিচাৰে তেওঁলোকে নাপায়।






প্ৰেমৰ কোনো সংজ্ঞা নাথাকে, প্ৰেমৰ মাথোঁ থাকে হৃদয়ৰ শুদ্ধ অনুভূতি।

0 Response to "Assamese Whatsapp status video download love"

Post a Comment

Ads

Ads

Ads

Ads